International Journal For Multidisciplinary Research

E-ISSN: 2582-2160     Impact Factor: 9.24

A Widely Indexed Open Access Peer Reviewed Multidisciplinary Bi-monthly Scholarly International Journal

Call for Paper Volume 8, Issue 2 (March-April 2026) Submit your research before last 3 days of April to publish your research paper in the issue of March-April.

অসম আন্দোলনকেন্দ্ৰিক গৱেষণামূলক ব্যক্তিগত চৰ্চ্চা: এক পৰিচয়মূলক অধ্যয়ন

Author(s) Ms. Jenifa Parbin
Country India
Abstract স্ৱৰাজোত্তৰ অসমৰ ঐতিহসিক ঘটনাসমুহৰ ভিতৰত অসম আন্দোলন অন্যতম। সুদীৰ্ঘ ছয় বছৰ জুৰি সমগ্ৰ অসমত বিয়পি থকা এই আন্দোলন মুখ্যত অসমলৈ প্ৰব্ৰজিত হোৱা অবৈধ নগৰিকৰ বিপক্ষে গঢ় লৈ উঠে। অসম চুক্তিৰে সমৰণি পৰা এই আন্দোলনে অসমৰ ৰাজনৈতিক-অৰ্থনৈতিক দিশত বিশেষ ভুমিকা পালন কৰি অহিছে। সমান্তৰালভাৱে সহিত্যৰ ক্ষেত্ৰতো অসম আন্দোলনৰ প্ৰভাৱ নুই কৰিব নোৱাৰি। সাহিত্যিক-বুদ্ধিজীৱিসকলে বিভিন্ন সময়ত আন্দোলন্ভিত্তিক চুটিগল্প, উপন্যাস, নাটক, আত্মজীৱনী, গীত, সমালোচনামূলক লিখনি ৰচনা কৰি অসমীয়া সহিত্যৰ ভড়াল চহকী কৰিছে। আমাৰ এই গৱেষণা পত্ৰখনৰ জৰিয়তে আন্দোলনৰ ভিত্তিত ৰচিত হোৱা সমালোচনামূলক গ্ৰন্থসমূহৰ বিষয়ে পৰ্যালোচনা কৰিবলৈ চেষ্টা কৰা হৈছে।
Keywords অসম আন্দোলন, সাহিত্য, গৱেষণামূলক ৰচনা, ব্যক্তিগত চৰ্চ্চা।
Field Sociology > Linguistic / Literature
Published In Volume 8, Issue 1, January-February 2026
Published On 2026-02-12
DOI https://doi.org/10.36948/ijfmr.2026.v08i01.68657

Share this